ka khlawka khmat

ka khlieh (Khasi)
Contributed by: Himasri Das on 2023-08-05
1. (Abstract Noun) The process of selecting for a position or political office by casting votes by the electorates ভোটদাতাসকলে প্ৰদান কৰা মতামতৰ ভিত্তিত কোনো পদ বা ৰাজনৈতিক পদবীৰ বাবে বাচনি কৰা প্ৰক্ৰিয়া

Ref: Anglo-Khasi Dictionary by U. E. Blah
2. Anatomy(Material Noun-Neuter) The uppermost or forwardmost part of the body of a vertebrate, containing the brain and the eyes, ears, nose, mouth, and jaws. মগজু, আৰু চকু, কাণ, নাক, মুখ আৰু হনু ধাৰণ কৰা মেৰুদণ্ডী প্ৰাণীৰ দেহৰ আটাইতকৈ ওপৰৰ অথবা সমুখৰ অংশ